Monday, 12 August 2019

The recent book that I have read is the legendary director Satyajit Roy's 'Deep Focus'. You can have an idea of how extra ordinary persona this man carries with him. You can have a hard copy or kindle edition in Amazon.



https://www.amazon.in/Deep-Focus-Reflection-Indian-Cinema-ebook/dp/B074Q71DPV/ref=as_sl_pc_tf_til?tag=69049-21&linkCode=w00&linkId=82029c0df81fd675ab071a77b5e3c2e9&creativeASIN=B074Q71DPV


<iframe style="width:120px;height:240px;" marginwidth="0" marginheight="0" scrolling="no" frameborder="0" src="//ws-in.amazon-adsystem.com/widgets/q?ServiceVersion=20070822&OneJS=1&Operation=GetAdHtml&MarketPlace=IN&source=ac&ref=tf_til&ad_type=product_link&tracking_id=69049-21&marketplace=amazon&region=IN&placement=B074Q71DPV&asins=B074Q71DPV&linkId=82029c0df81fd675ab071a77b5e3c2e9&show_border=false&link_opens_in_new_window=false&price_color=333333&title_color=0066c0&bg_color=ffffff">
    </iframe>

Tuesday, 30 July 2019

লৰালৰি

লৰালৰি- (মূল হিন্দী: দ্যুশ্মন্ত, অনুবাদ: সুজাতা হাতীবৰুৱা)


আমাৰ লৰালৰি জিকিবৰ
আমাৰ লৰালৰি ভাল-বেয়া ঠিক কৰাৰ
আমাৰ লৰালৰি বিখ্যাত হোৱাৰ
আমাৰ লৰালৰি প্ৰতিস্থাপিত হোৱাৰ
আমাৰ লৰালৰি প্ৰতিস্থাপন কৰাৰ
আমাৰ লৰালৰি ঘটনাৰ গুৰি গৈ পোৱাৰ
আমাৰ লৰালৰি
অচিৰেই কিবা পাই লোৱাৰ
আমাৰ লৰালৰি
মোকৰ্দমা আৰু ৰায় অবিহনে ফাঁচী কাঠত কাৰোবাক ওলোমাই দিয়াৰ
আমাৰ লৰালৰি
দেশদ্ৰোহী আৰু দেশভক্ত প্ৰমাণ কৰাৰ
আমাৰ লৰালৰি
সংঘী বা কমৰেড বুলি মোহৰ মৰাৰ!
ৰৈ থকা জীৱন যোৱা শতিকাৰ মূল্যবোধ
যাক পুৰণি ধাৰণা বুলি কৈ দিয়াৰ ফেশ্যন এতিয়া!
লৰালৰিত পোৱা আঘাতক 
পাহৰা আৰু পাহৰি পেলোৱাৰ লৰালৰি আজিকালি।
এই জগতত,
পৃথিৱী,চন্দ্ৰ আৰু সূৰ্য আদিৰহে কোনো লৰালৰি নাই কেৱল!
আমাৰ সামূহিক স্মৃতিকোষত আছে আৰু সঞ্চিত আছে
বতাহ, পানী আৰু জুইৰ লৰালৰিবোৰ
ছেল্ফী লোৱাৰ ঠাইত 
প্ৰতিটো ক্ষণকে একধৰণে ৰৈ
চুমা দিয়াৰ আৰু সাঁচি থোৱাৰ চিন্তা
এতিয়া এক স্থায়ী অপৰাধ
আৰু অপৰাধী কোনো নহয়
নিষ্ঠুৰতম অপৰাধী দেশ আৰু কাল